প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন অচিআই পৰ্টেলৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 MAY 2025 8:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন অ’চিআই পৰ্টেলৰ প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে কয়, “বৰ্ধিত বৈশিষ্ট্য আৰু উন্নত কাৰ্য্যক্ষমতাৰ সৈতে নতুন অ’চিআই পৰ্টেলে নাগৰিক অনুকূল ডিজিটেল শাসন ব্যৱস্থা উদগনি যোগোৱাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।”

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্সত কয়;

"বৰ্ধিত বৈশিষ্ট্য আৰু উন্নত কাৰ্য্যক্ষমতাৰ সৈতে, নতুন অ'চিআই পৰ্টেলে নাগৰিক অনুকূল ডিজিটেল শাসন উদগনি যোগোৱাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ চিহ্নিত কৰিছে।"

***

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2158918) অতিথি কক্ষ : 15