প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিউ অৰলিন্সত সংঘটিত কাপুৰুষালীপূৰ্ণ সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
02 JAN 2025 6:25PM by PIB Guwahati
নিউ অৰলিন্সত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কাপুৰুষালী বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে আজি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত, তেওঁ কয়:
"আমি নিউ অৰলিন্সত সংঘটিত কাপুৰুষোলীপূৰ্ণ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনোৱাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই দুষ্কাৰ্যত আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে নিহতসকলৰ আত্মীয়সকলক এই বেদনা সহিব পৰাকৈ শক্তি প্ৰদান কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।"
*****
MJPS/SR/KB
(रिलीज़ आईडी: 2158819)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam