প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিনেমা জগতত ৫০টা গৌৰৱময় বৰ্ষ সম্পূৰ্ণ কৰাত থিৰু ৰজনীকান্ত জীক অভিনন্দন জনায়

Posted On: 15 AUG 2025 9:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু ৰজনীকান্ত জীক চিনেমা জগতত ৫০টা গৌৰৱময় বৰ্ষ সম্পূৰ্ণ কৰাত অভিনন্দন জনায়।

সামাজিক মাধ্যম এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখে:

“চিনেমা জগতত ৫০টা উৎকৃষ্ট বৰ্ষ সম্পূৰ্ণ কৰাত থিৰু ৰজনীকান্ত জীক অভিনন্দন। তেওঁৰ যাত্ৰা সুপ্ৰসিদ্ধ, তেওঁৰ বিবিধ ভূমিকাই বিভিন্ন প্ৰজন্মৰ মানুহৰ মনত স্থায়ী সাঁচ বহুৱালে। অনাগত সময়ত তেওঁৰ নিৰন্তৰ সফলতা আৰু উত্তম স্বাস্থ্যৰ কামনা কৰিছোঁ। @ৰজনীকান্ত”

**********

MJPS/SR


(Release ID: 2157236)