প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নভৰোজ উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 16 AUG 2025 1:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে নভৰোজত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নভৰোজ, পাৰ্চী নৱবৰ্ষ উপলক্ষে্য সকলোকে শুভেচ্ছা জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

 

"পাৰ্চী নৱবৰ্ষৰ আৰম্ভণিতে উষ্ম শুভেচ্ছা! আমাৰ দেশলৈ  পাৰ্চীসকলৰ চিৰস্থায়ী অৱদানৰ বাবে আমি সকলোৱে গৌৰৱান্বিত। এই বছৰটোৱে সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। নভৰোজ মুবাৰক!”

 

 

****

MJPS/SR


(रिलीज़ आईडी: 2157183) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada