প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে কৃষি খণ্ডত সুস্থিৰ বিকাশৰ সূচনা কৰা নিৰন্তৰ সংস্কাৰ সাধন আৰু কৃষক-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কাৰ্য্যত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 05 AUG 2025 12:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে কৃষি খণ্ডত সুস্থিৰ বিকাশৰ সূচনা কৰা নিৰন্তৰ সংস্কাৰ সাধন আৰু কৃষক-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কাৰ্য্যত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে লিখা প্ৰবন্ধটোলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @ChouhanShivraj-এ ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে কৃষি খণ্ডত সুস্থিৰ বিকাশৰ সূচনা কৰা নিৰন্তৰ সংস্কাৰ সাধন আৰু কৃষক-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কাৰ্য্য সম্পৰ্কে ব্যাখ্যা কৰিছে।”

***

MJPS/ST/SB
 


(रिलीज़ आईडी: 2152416) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali-TR , Marathi , Malayalam , Kannada , Bengali , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu