প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ নেট-জিৰ’ দৃষ্টিভংগীক আগুৱাই নিয়া বহনক্ষম উদ্ভাৱনৰ শলাগ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 03 AUG 2025 4:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষমতাক আগুৱাই নিয়া আৰু নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱা বাবে ভাৰতৰ দায়বদ্ধতাক শক্তিশালী কৰা এক উল্লেখযোগ্য পদক্ষেপৰ প্ৰশংসা কৰে।

কন্দলাৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ এক্স পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়।

“ বহনক্ষমতাক আগুৱাই নিয়া আৰু আমাৰ নেট-জিৰ’ দৃষ্টিভংগীক শক্তিশালী কৰাৰ এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা।”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2152010) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam