প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 30 JUL 2025 6:04PM by PIB Guwahati

হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে প’ষ্ট কৰেঃ

“হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”

***

MJPS/SR/SB
 


(ৰিলিজ আই ডি : 2150452) অতিথি কক্ষ : 20