প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত পদপিষ্টৰ ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 27 JUL 2025 12:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানছা দেৱী মন্দিৰলৈ যোৱাৰ পথত পদপিষ্টহৈ  অনেকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-

"উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানছা দেৱী মন্দিৰলৈ যোৱাৰ পথত  সংঘটিত পদপিষ্টৰ ফলত বহুতে প্ৰাণ হেৰুৱাওৱাৰ ঘটনাত গভীৰভাৱে ব্যথিত। আপোনজনক হেৰুওৱাসকললৈ সমবেদনা। আহতসকলে অতি শীঘ্ৰে আৰোগ্য লাভ কৰক। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে: প্ৰধানমন্ত্ৰী @narendramodi"

*******

MJPS/VJ/DM


(Release ID: 2149139)