প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঈদ-উল-জুহা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 07 JUN 2025 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-জুহা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ঈদ-উল-জুহাৰ শুভেচ্ছা জনালোঁ। এই উৎসৱে যেন আমাৰ সমাজত সমন্বয়ৰ মনোভাৱক প্ৰেৰণা যোগাই আৰু শান্তিৰ সঞ্চাৰ কৰে। মই সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিলোঁ।"

 

***

MJPS/ST/SB


(Release ID: 2134885)