প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
Posted On:
12 MAY 2025 8:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“সমগ্ৰ দেশবাসীক বুদ্ধ পূৰ্ণিমাৰ বহুত বহুত শুভকামনা জনাইছো। সত্য, সমানতা আৰু সদ্ভাৱৰ সিদ্ধান্তৰ ওপৰত আধাৰিত ভগৱান বুদ্ধৰ বাৰ্তা মানৱতাৰ পথ-প্ৰদৰ্শক হৈ আহিছে। ত্যাগ আৰু তপস্যাৰ প্ৰতি সমৰ্পিত তেওঁৰ জীৱনে বিশ্ব সমূদায়ক সদায় কৰুণা আৰু শান্তিৰ প্ৰতি প্ৰেৰিত কৰি থাকিব।”
***
MJPS/ST/DB
(Release ID: 2128363)
Read this release in:
Tamil
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam