প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 13 MAY 2025 12:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ কৰে। শ্ৰী মোদীয়ে কয়, "সাহস, সংকল্প আৰু নিৰ্ভীকতাৰ প্ৰকৃত দৃষ্টান্ত দেখুওৱাসকলৰ সৈতে থকাটো আছিল এটা অতি বিশেষ অভিজ্ঞতা।"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

"আজি পুৱা মই এ এফ এছ আদমপুৰলৈ গৈছিলো আৰু আমাৰ সাহসী বাযুযোদ্ধা আৰু জোৱানসকলক লগ ধৰিছিলো। সাহস, সংকল্প আৰু নিৰ্ভীকতাৰ প্ৰকৃত দৃষ্টান্ত দেখুওৱাসকলৰ সৈতে থকাটো আছিল এটা অতি বিশেষ অভিজ্ঞতা। আমাৰ দেশৰ বাবে তেওঁলোকে কৰা সকলো কামৰ বাবে ভাৰত আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিব।"

***

MJPS/VJ/KD
 


(रिलीज़ आईडी: 2128361) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Nepali , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam