অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav

৩২ টা বিমানবন্দৰ অস্থায়ীভাবে বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰ

प्रविष्टि तिथि: 12 MAY 2025 12:20PM by PIB Guwahati

২০২৫ চনৰ ১৫ মে’ৰ ০৫:২৯ বজালৈকে ৩২টা বিমানবন্দৰত অসামৰিক বিমান পৰিচালনা অস্থায়ীভাৱে বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে। এই বিমানবন্দৰসমূহ এতিয়া অসামৰিক বিমান পৰিচালনাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে্।

যাত্ৰীসকলক বিমানৰ স্থিতি পৰীক্ষাৰ বাবে বিমান সংস্থাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আৰু নিয়মীয়া আপডেটৰ বাবে বিমান সংস্থাৰ ৱেবছাইটসমূহ নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

For Reference

 

BeenaYadav/DM


(रिलीज़ आईडी: 2128285) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Marathi , Gujarati , Tamil , Telugu , Kannada , Malayalam , Bengali , English , हिन्दी , Punjabi