প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, চীফ অফ ডিফেন্স ষ্টাফ আৰু সেনা বাহিনীৰ মুৰব্বী আৰু উচ্চপদস্থ বিষয়াসকলৰে বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 MAY 2025 10:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন বৈঠকত অধ্যক্ষতা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়:

 “প্ৰধানমন্ত্ৰী @narendramodiয়ে প্ৰতিৰক্ষা মন্ত্ৰী @rajnathsingh, এনএছএ অজিত ডোভাল, চিডিএছ জেনেৰেল অনিল চৌহান, সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এখন বৈঠকত অধ্যক্ষতা কৰে।

***

MJPS/ST/DB


(रिलीज़ आईडी: 2128037) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Khasi , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada