পোষ্ট কৰা হৈছে:
09 MAY 2025 2:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সত লিখিছে;
"দেশৰ অমৰ যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে তেওঁ প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্ব আজিও আমাৰ বীৰ-বীৰাংগনাসকলৰ বাবে পথ প্ৰদৰ্শক হৈ আছে। মা ভাৰতীৰ প্ৰতি সমৰ্পিত তেওঁৰ বীৰ জীৱন সদায় দেশবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।"
***
MJPS/ST/DD