প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী জয়ৰ বাবে লৰেন্স ৱঙক অভিনন্দন জনায়
प्रविष्टि तिथि:
04 MAY 2025 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিঃ লৰেন্স ৱঙক নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত আৰু ছিংগাপুৰৰ মাজত জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্কৰ আধাৰত শক্তিশালী আৰু বহুমুখী অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এক্সত এটা পোষ্টত, তেওঁ লিখিছে:
"সাধাৰণ নিৰ্বাচনত আপোনাৰ সৰৱ বিজয়ৰ বাবে @LawrenceWongST আন্তৰিক অভিনন্দন। ভাৰত আৰু ছিংগাপুৰ এক শক্তিশালী আৰু বহুমুখী বন্ধুত্বৰ অংশীদাৰ, যাৰ ভিত্তি হৈছে জনসাধাৰণৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ মই অপেক্ষাৰত।”
**********
MJPS/SR/SKS
(रिलीज़ आईडी: 2126893)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam