প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
01 MAY 2025 9:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কয়,
“ভাৰতৰ উন্নয়নত সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাজ্যখনৰ জনসাধাৰণলৈ মহাৰাষ্ট্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। যেতিয়াই কোনোৱে মহাৰাষ্ট্ৰৰ কথা ভাবে, ইয়াৰ গৌৰৱময় ইতিহাস আৰু জনসাধাৰণৰ সাহসিকতাৰ কথা আমাৰ মনলৈ আহে।ৰাজ্যখন প্ৰগতিৰ এক শক্তিশালী স্তম্ভ হৈয়েই আছে আৰু একে সময়তে ইয়াৰ শিপাৰ সৈতে সংযুক্ত হৈ আছে।ৰাজ্যখনৰ প্ৰগতিলৈ মোৰ শুভকামনা।”
***
MJPS/SR/SKS/KD
(ৰিলিজ আই ডি : 2125682)
অতিথি কক্ষ : 40
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam