প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
01 MAY 2025 9:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কয়,
" তেওঁলোকৰ গৌৰৱময় ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে গুজৰাটৰ জনসাধাৰণলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজ্যখনে নিজৰ সংস্কৃতি, উদ্যোগী মনোভাৱ আৰু গতিশীলতাৰ বাবে নিজস্ব পৰিচয় লাভ কৰিছে। গুজৰাটৰ জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছে। ৰাজ্যখনে প্ৰগতিৰ নতুন শিখৰত উপনীত হওক।"
*****
MJPS/SR/SKS/KD
(ৰিলিজ আই ডি : 2125679)
অতিথি কক্ষ : 31
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam