পোষ্ট কৰা হৈছে:
15 APR 2025 1:55PM by PIB Guwahati
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰে:
“মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
@CPRGuv”
**********
MJPS/SR