প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ ক্ষেত্ৰত নাগৰিকসকলক বাবাচাহেব আম্বেদকাৰৰ আদৰ্শৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
14 APR 2025 12:18PM by PIB Guwahati
‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ ক্ষেত্ৰত নাগৰিকসকলক বাবাচাহেব আম্বেদকাৰৰ আদৰ্শৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰিবলৈ আজি আহ্বান জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ‘এক্স’ত কৰা এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনায় শ্ৰী মোদীয়ে কয়:
"প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী @rajnathsingh লিখিছে যে বাবাচাহেব আধুনিক ভাৰতৰ অন্যতম মহান চিন্তাবিদ আৰু প্ৰতিষ্ঠান নিৰ্মাতা আছিল। তেওঁ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান স্থাপনত ড০ আম্বেদকাৰৰ ভূমিকাৰ কথা স্মৰণ কৰে আৰু নাগৰিকসকলক বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ আদৰ্শৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2121785)
आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam