পোষ্ট কৰা হৈছে:
12 APR 2025 9:17AM by PIB Guwahati
আজি হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক্সৰ এটা পোষ্টত এই সন্দৰ্ভত তেওঁ লিখিছে -
“হনুমান জয়ন্তীৰ দিনা দেশবাসীলৈ শুভেচ্ছা জনাইছো। সংকতমোচকৰ আশীৰ্বাদত আপোনালোক সকলোৱে সদায় সুস্থ, সুখী হৈ থাকক আৰু জীৱনত সদা সমৃদ্ধিশালী হৈ থাকক, এয়াই মোৰ কামনা।”
***
MJPS/SR