|
ক্ৰমিক নং
|
চুক্তি / বুজাবুজি চুক্তি
|
শ্ৰীলংকা পক্ষৰ প্ৰতিনিধি
|
ভাৰতীয় পক্ষৰ প্ৰতিনিধি
|
|
1.
|
বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি।
|
অধ্যাপক কে টি এম উদয়ংগা হেমাপালা, সচিব, শক্তি মন্ত্ৰালয়
|
শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব
|
|
2.
|
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু শ্ৰীলংকা চৰকাৰৰ ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়ৰ মাজত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা স্কেলত ৰূপায়িত সফল ডিজিটেল সমাধানৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি।
|
শ্ৰী ৱাৰুনা শ্ৰী ধনপালা, ভাৰপ্ৰাপ্ত সচিব, ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়
|
শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব
|
|
3.
|
ভাৰত চৰকাৰ, শ্ৰীলংকা চৰকাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহী চৰকাৰৰ মাজত শক্তি কেন্দ্ৰ হিচাপে ট্ৰিংকোমালিৰ উন্নয়নত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি।
|
অধ্যাপক কে টি এম উদয়ংগা হেমাপালা, সচিব, শক্তি মন্ত্ৰালয়
|
শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব
|
|
4.
|
ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজি চুক্তি।
|
এয়াৰ ভাইচ মাৰ্শ্বাল সম্পাথ থুয়াকন্থা (অৱসৰপ্ৰাপ্ত),
সচিব, প্ৰতিৰক্ষা মন্ত্ৰালয়
|
শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব
|
|
5.
|
পূব প্ৰদেশৰ বাবে বহুখণ্ডীয় অনুদান সাহায্যৰ বুজাবুজি চুক্তি
|
শ্ৰী কে এম এম ছিৰিৱৰ্দনা, সচিব, বিত্ত, পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়
|
শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত
|
|
6.
|
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু শ্ৰীলংকা চৰকাৰৰ স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি।
|
ডাঃ অনিল জাসিংহে, সচিব, স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়
|
শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত
|
|
7.
|
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু শ্ৰীলংকা চৰকাৰৰ ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মাজত ফাৰ্মাকোপিয়া সহযোগিতাৰ বুজাবুজি চুক্তি।
|
ডাঃ অনিল জাসিংহে, সচিব, স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়
|
শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত
|