প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক ৰাজসিক আতিথ্য প্ৰদান থাইলেণ্ডৰ ৰজা-ৰাণীৰ
পোষ্ট কৰা হৈছে:
04 APR 2025 6:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে আজি বেংককৰ ডুচিট পেলেচত থাইলেণ্ডৰ মহামহিম ৰজা মহা বাজিৰালংকৰ্ণ ফ্ৰা বাজিৰাক্লাওচাওয়ুহুয়া আৰু মহামহিম ৰাণী সুথিদা বজ্ৰসুধাবিমলালক্ষনাৰ ৰাজসিক আতিথ্য গ্ৰহণ কৰে।
ভাৰত আৰু থাইলেণ্ডৰ মাজৰ পাৰস্পৰিক সাংস্কৃতিক ঐতিহ্য সন্দৰ্ভত তেওঁলোকে মত বিনিময় কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে যোৱা বছৰ ভাৰতৰ পৰা থাইলেণ্ডলৈ অনা ভগৱান বুদ্ধৰ ধ্বংসাৱশেষ আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত জনসাধাৰণৰ মাজত সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনা কৰে। দুয়োখন দেশৰ বহুমুখী সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো কেউগৰাকীয়ে আলোচনা কৰে।
***
MJPS/SR
(ৰিলিজ আই ডি : 2119231)
অতিথি কক্ষ : 41
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam