প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘নৱ সম্বৎসৰ’, ‘উগাড়ি’, ‘চাজিবু চেইৰাওবা’, ‘গুড়ি পড়ৱা’, ‘চেতি চাঁদ’ আৰু ‘নৱৰেহ’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
30 MAR 2025 11:40AM by PIB Guwahati
‘নৱ সম্বৎসৰ’, ‘উগাড়ি’, ‘চাজিবু চেইৰাওবা’, ‘গুড়ি পড়ৱা’, ‘চেতি চাঁদ’ আৰু ‘নৱৰেহ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’-ত কৰা এলানি পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:
“সকলো দেশবাসীলৈ ‘নৱ সম্বৎসৰ’ৰ বহুত বহুত শুভকানা জনাইছোঁ। এই পৱিত্ৰ উপলক্ষই আপোনালোকৰ জীৱনলৈ নতুন উৎসাহ-উদ্দীপনা লৈ আহক, যিয়ে উন্নত ভাৰতৰ সংকল্পতো নতুন শক্তি সঞ্চাৰিত কৰিব।”
"আপোনালোক সকলোলৈকে ‘উগাড়ী’ৰ শুভেচ্ছা জনাইছোঁ!"
“সকলোলৈকে ‘উগাড়ী’ৰ শুভেচ্ছা জনাইছোঁ!”
“সকলোলৈকে ‘উগাড়ী’ৰ শুভেচ্ছা জনাইছোঁ!”
"চাজিবু চেইৰাওবাৰ শুভেচ্ছা জনাইছোঁ!"
"‘গুড়ি পড়ৱা’ত সকলোলৈকে শুভেচ্ছা জনাইছোঁ!"
"সকলোলৈকে ‘গুড়ি পড়ৱা’ৰ শুভেচ্ছা জনাইছোঁ!"
"‘চেতি চাদঁ’ৰ শুভকামনা জনাইছোঁ!"
"‘নৱৰেহ’ পোষ্টে!"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2116937)
आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam