প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
30 MAR 2025 11:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰি উপলক্ষে ৰাইজক সম্ভাষণ জনায়। মাতৃ দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত পণ্ডিত যশৰাজ জীৰ এটি গীতো শ্বেয়াৰ কৰে।
এক্সৰ পৃথক পোষ্টত তেওঁ লিখে-“নৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছো।শক্তি-সাধনাৰ এই পবিত্ৰ উৎসৱে সকলোৰে জীৱন সাহস, সংযম আৰু শক্তিৰে ভৰাই তোলক।জয় মাতা দি!”
"নৱৰাত্ৰিৰ আৰম্ভণিয়ে দেৱী মাৰ ভক্তসকলৰ মাজত এক নতুন ভক্তিৰ উদ্যম জাগ্ৰত কৰে। দেৱী মাতৃৰ পূজাৰ বাবে উৎসৰ্গিত পণ্ডিত যশৰাজ জীৰ এই গীতটোৱে সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ গৈ আছে...।"
***
MJPS/SR/DB
(रिलीज़ आईडी: 2116797)
आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam