প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় অগ্ৰগতি সম্পৰ্কীয় এটা প্ৰবন্ধ সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
25 MAR 2025 12:36PM by PIB Guwahati
শেহতীয়াকৈ সামৰণি পৰা ১০০ দিনীয়া ‘তীব্ৰতৰ কৰি তোলা যক্ষ্মা মুক্ত ভাৰত অভিযান’ৰ মুখ্য অন্তৰ্দৃষ্টি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাৰ এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সহভাগ কৰে, যিয়ে যক্ষ্মামুক্ত ভাৰতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।
‘এক্স’-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে ‘পোষ্ট’ কৰিছে:
"যক্ষ্মা ৰোগৰ বিৰুদ্ধে ভাৰতৰ যুঁজত উল্লেখনীয় প্ৰগতি দেখা গৈছে। শেহতীয়াকৈ সমাপ্ত হোৱা ১০০ দিনীয়া ‘তীব্ৰতৰকৰি তোলা যক্ষ্মা মুক্ত ভাৰত অভিযান’ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী @JPNadda ই গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি সহভাগ কৰে, যিয়ে যক্ষ্মামুক্ত ভাৰতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। – এটা পঢ়িবই লগা লেখা।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2114765)
आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali-TR
,
Telugu
,
English
,
Manipuri
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam