প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাইছিনা ডায়লগ ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 17 MAR 2025 10:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইছিনা ডায়লগ-২০২৫ত অংশগ্ৰহণ কৰে।

এক্সত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লিখে;

“@raisinadialogueত অংশগ্ৰহণ কৰিলোঁ আৰু মোৰ বন্ধু প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ অন্তৰ্দৃষ্টিসম্পন্ন বক্তব্য শুনিলোঁ।@chrisluxonmp.”

***

MJPS/ST/DB


(ৰিলিজ আই ডি : 2113942) অতিথি কক্ষ : 36