প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
12 MAR 2025 9:59AM by PIB Guwahati
আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়। ‘উদযাপনত অংশগ্ৰহণকে ধৰি আজিৰ কাৰ্যসূচীসমূহৰ বাবে আগ্ৰহী’, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কালিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু কাৰ্যসূচীৰ উল্লেখযোগ্য দিশসমূহো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
‘মৰিচাছৰ জনসাধাৰণলৈ ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা। উদযাপনত অংশগ্ৰহণকে ধৰি আজিৰ অনুষ্ঠানসমূহৰ বাবে আগ্ৰহী।
কালিৰ উল্লেখযোগ্য দিশসমূহ ইয়াত উল্লেখ কৰা হৈছে, যিসমূহ মূল সভা আৰু কাৰ্যসূচীৰ সৈতে অতি পৰিঘটনাপূৰ্ণ আছিল...”
***
MJPS/VJ/HS
(ৰিলিজ আই ডি : 2110688)
অতিথি কক্ষ : 57
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam