প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ উন্নয়নৰ পৰা মহিলাকেন্দ্ৰিক উন্নয়নলৈ ভাৰতৰ পৰিৱৰ্তন সম্পৰ্কীয় এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
08 MAR 2025 2:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে মহিলাৰ উন্নয়নৰ পৰা মহিলা নেতৃত্বাধীন উন্নয়নলৈ কেনেকৈ আগবাঢ়িছে আৰু তেওঁলোকক নেত্ৰী আৰু সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে সবল কৰি তুলিছে, সেই সম্পৰ্কে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়,
"কেনেদৰে ভাৰতে মহিলা উন্নয়নৰ পৰা মহিলা নেতৃত্বাধীন উন্নয়নলৈ আগবাঢ়িছে, তেওঁলোকক নেত্ৰী আৰু সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে সবল কৰি তুলিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী @Annapurna4BJP জীয়ে তেওঁৰ প্ৰৱন্ধত লিখিছে।"
***
MJPS/VJ/DB
(ৰিলিজ আই ডি : 2110291)
অতিথি কক্ষ : 46
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam