প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনা কৰে

प्रविष्टि तिथि: 09 MAR 2025 4:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰে। "এইমছলৈ গৈ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ জীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিলোঁ। তেওঁৰ সুস্বাস্থ্য আৰু সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো", শ্ৰী মোদীয়ে উল্লেখ কৰে।

@VPIndia

***

MJPS/VJ/MS


(रिलीज़ आईडी: 2110114) आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam