প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেলজিয়ামৰ ৰাজকুমাৰী এষ্ট্ৰিডক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 MAR 2025 5:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ ৰাজকুমাৰী অষ্ট্ৰিডক সাক্ষাৎ কৰে। তেওঁ ভাৰতলৈ অৰ্থনৈতিক অভিযানৰ বাবে অহা ৩০০ জনীয়া বৃহৎ দলটোৰ নেতৃত্ব দিয়াৰ বাবে তেওঁৰ পদক্ষেপৰ শলাগ লয়।
এক্স হেণ্ডেলত এটা পোষ্টত তেওঁ উল্লেখ কৰিছে যে-
“বেলজিয়ামৰ ৰাজকুমাৰী এষ্ট্ৰিডক লগ পাই আনন্দিত হৈছো। ভাৰতলৈ অৰ্থনৈতিক অভিযানৰ বাবে অহা ৩০০ জনীয়া দলটোৰ নেতৃত্ব দিয়াৰ বাবে তেওঁৰ এই পদক্ষেপৰ শলাগ লৈছো। বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা, কৃষি, জীৱন বিজ্ঞান (লাইফ ছায়েন্স), উদ্ভাৱন, দক্ষতা আৰু শৈক্ষিক বিনিময়ৰ নতুন অংশীদাৰিত্বৰ জৰিয়তে আমাৰ জনসাধাৰণৰ বাবে সীমাহীন সুযোগ মুকলি কৰিবলৈ আগ্ৰহী।
@MonarchieBe”
***
MJPS/SR
(ৰিলিজ আই ডি : 2108709)
অতিথি কক্ষ : 40
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam