প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দেশবাসীৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 03 MAR 2025 7:14PM by PIB Guwahati

আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বৈচিত্ৰময় বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। MyGovIndia ৰ এটা এক্স পোষ্টৰ উত্তৰত তেওঁ লিখিছে -

“বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ এয়া এক অনবদ্য আভাস! #বিশ্ব বন্যপ্ৰাণী দিৱস”

 

***

MJPS/SR


(रिलीज़ आईडी: 2107988) आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam