প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লীত ভূমিকম্পৰ পিছত সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষাৰ নিয়ম মানি চলিবলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 FEB 2025 8:08AM by PIB Guwahati
দিল্লীত ভূমিকম্প অনুভৱ কৰাৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;
"দিল্লী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ভূমিকম্প অনুভৱ কৰা হৈছে। সকলোকে শান্তভাৱে সুৰক্ষাৰ নিয়ম মানি চলিবলৈ অনুৰোধ জনালোঁ। পৰৱৰ্তী কম্পনৰ বাবে সজাগ হৈ থাকিবলৈ অনুৰোধ জনালোঁ। চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।"
***
MJPS/ST/DB
(रिलीज़ आईडी: 2104180)
आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam