প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুণ্য তিথিত পণ্ডিত দীনদয়াল উপাধ্যায়লৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 11 FEB 2025 1:16PM by PIB Guwahati

 

পুণ্য তিথিত পণ্ডিত দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। "পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া এগৰাকী দূৰদৰ্শী চিন্তাবিদ আছিল যিয়ে নিজকে ভাৰতৰ সেৱাত সমৰ্পিত কৰিছিল। সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ উন্নতি নিশ্চিত কৰাৰ তেওঁৰ দৰ্শনে এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যাত্ৰাক অনুপ্ৰাণিত কৰি আহিছে", শ্ৰী মোদীয়ে মন্তব্য কৰে।


প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰে;


"পুণ্য তিথিত আমি পণ্ডিত দীনদয়াল উপাধ্যায় জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেওঁ এগৰাকী দূৰদৰ্শী চিন্তাবিদ আছিল, যি নিজকে ভাৰতৰ সেৱাত সমৰ্পিত কৰিছিল। সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ উন্নতি নিশ্চিত কৰাৰ তেওঁৰ দৰ্শনে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যাত্ৰাক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ ত্যাগ আৰু আদৰ্শ প্ৰগতি আৰু ঐক্যৰ বাবে চলা আমাৰ সামূহিক অভিযানৰ এক পথপ্ৰদৰ্শক শক্তি হৈ আহিছে।"



 

 

MJPS/VJ/SKS/KB


(रिलीज़ आईडी: 2101781) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam