প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ সামূহিক প্ৰচেষ্টা ত্বৰান্বিত কৰিব এই বাজেটে - প্ৰধানমন্ত্ৰী
ভাৰতক বিকশিত ভাৰতৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কেন্দ্ৰীয় বাজেটৰ পৰা মূল পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 FEB 2025 5:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশৰ বাবে এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে কেন্দ্ৰীয় বাজেট ২০২৫ক প্ৰশংসা কৰি দেশৰ বিকশিত ভাৰতৰ পথ ক্ষিপ্ৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
কেন্দ্ৰীয় বাজেটে এআই, খেলনা উৎপাদন, কৃষি, জোতা, খাদ্য প্ৰক্ৰিয়াকৰণ, আৰু গিগ অৰ্থনীতিকে ধৰি বিভিন্ন খণ্ডত উদ্ভাৱন, উদ্যোগীকৰণ, আৰু বহনক্ষম বিকাশৰ ভেটি স্থাপন কৰে।
MyGov ৰ এক্স পোষ্ট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে;
“এয়া এনে এখন বাজেট যিয়ে আমাৰ সামূহিকভাৱে বিকশিত ভাৰত গঢ়াৰ সংকল্পৰ দিশত গতি বৃদ্ধি কৰিব।! #ViksitBharatBudget2025”
*****
MJPS/ST/SKS
(ৰিলিজ আই ডি : 2099473)
অতিথি কক্ষ : 78
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Malayalam
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada