প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 02 FEB 2025 10:26AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে।


‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:


বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ পৱিত্ৰ অনুষ্ঠান উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"

 

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2099466) आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam