প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ লক্ষ্য হৈছে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, ঘৰুৱা মূল্য শৃংখলক সুদৃঢ়কৰণ আৰু ভাৰতৰ ‘২০৭০ৰ ভিতৰত নেট শূন্য’ লক্ষ্যক সমৰ্থন কৰাঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
30 JAN 2025 1:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ লক্ষ্য হৈছে আমদানি ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, ঘৰুৱা মূল্য শৃংখলক সুদৃঢ়কৰণ আৰু ভাৰতৰ ‘২০৭০ৰ ভিতৰত নেট শূন্য’ লক্ষ্যক সমৰ্থন কৰা।
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযান (NCMM) সন্দৰ্ভত লিখা এটা প্ৰবন্ধলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে লিখিছে;
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @kishanreddybjp-এ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানে কেনেকৈ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, ঘৰুৱা মূল্য শৃংখলক সুদৃঢ়কৰণ আৰু ভাৰতৰ ‘২০৭০ৰ ভিতৰত নেট জিৰ’’ লক্ষ্যক সমৰ্থনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেই সম্পৰ্কে বিশদভাৱে লিখিছে।”
***
MJPS/ST/SB
(रिलीज़ आईडी: 2097598)
आगंतुक पटल : 52
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada