প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৫ চনৰ পদ্ম বঁটা বিজয়ী সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
25 JAN 2025 9:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫ চনৰ পদ্ম বঁটা বিজয়ী সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে প্ৰতিজন বঁটাপ্ৰাপক কঠোৰ পৰিশ্ৰম, আবেগ আৰু উদ্ভাৱনৰ গৰাকী, যিয়ে অজস্ৰ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে।
এক্সত এটা পোষ্টত তেওঁ লিখিছেঃ
“পদ্ম বঁটা বিজয়ী সকলোকে অভিনন্দন জনাইছো। তেওঁলোকৰ অসাধাৰণ কৃতিত্বক সন্মান আৰু উদযাপন কৰি ভাৰতে গৌৰৱ অনুভৱ কৰিছে। তেওঁলোকৰ নিষ্ঠা আৰু অধ্যৱসায় সঁচাকৈয়ে প্ৰেৰণাদায়ক। প্ৰতিজন বঁটাপ্ৰাপক কঠোৰ পৰিশ্ৰম, আবেগ আৰু উদ্ভাৱনৰ অধিকাৰী, যিয়ে অগণন লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। তেওঁলোকে আমাক উৎকৃষ্টতাৰ বাবে চেষ্টা আৰু নিস্বাৰ্থভাৱে সমাজ সেৱা কৰাৰ মূল্য শিকায়।
https://www.padmaawards.gov.in/Document/pdf/notifications/PadmaAwards/2025.pdf”
***
MJPS/SR/MS
(ৰিলিজ আই ডি : 2097004)
অতিথি কক্ষ : 55
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Tamil
,
Kannada
,
Malayalam
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu