ৰাষ্ট্ৰপতি সচিবালয়
৯-১০ জানুৱাৰীত মেঘালয় আৰু ওড়িশা ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিয়ে
प्रविष्टि तिथि:
08 JAN 2025 4:56PM by PIB Guwahati
৯ৰ পৰা ১০ জানুৱাৰী, ২০২৫ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মেঘালয় আৰু ওড়িশা ভ্ৰমণ কৰিব।
ৰাষ্ট্ৰপতিয়ে ৯ জানুৱাৰীত মেঘালয়ৰ উমিয়ামত উত্তৰ-পূব পাহাৰীয়া অঞ্চলৰ আইচিএআৰ গৱেষণা প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
১০ জানুৱাৰীত ওড়িশাৰ ভুৱনেশ্বৰত ৰাষ্ট্ৰপতিয়ে অষ্টাদশ প্ৰবাসী ভাৰতীয় দিৱস অধিৱেশনৰ সামৰণি অধিৱেশনত উপস্থিত থকাৰ লগতে প্ৰবাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব।
***
MJPS/SR/DB
(रिलीज़ आईडी: 2091198)
आगंतुक पटल : 62