প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
07 JAN 2025 7:33PM by PIB Guwahati
কলাৰ জৰিয়তে পৰীক্ষাৰ চাপৰ পৰা মুক্ত হ’বলৈ পৰীক্ষা-যোদ্ধাসকলে অনুষ্ঠিত কৰা কলা মহোৎসৱৰ প্ৰশংসা কৰে।
৪ জানুৱাৰী, ২০২৫ তাৰিখে নতুন দিল্লীৰ শান্তিপথত ‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ আয়োজন কৰা হৈছিল। ৩০খন বিদ্যালয়ৰ পৰা অহা নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় ৪,০০০ শিক্ষাৰ্থীয়ে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিবলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
উল্লখিত কলা মহোৎসৱ সম্পৰ্কে পৰীক্ষা-যোদ্ধাসকলে ‘এক্স’-ত কৰা ‘পোষ্ট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
"সৃষ্টিশীল সফলতাৰ জৰিয়তে পৰীক্ষাৰ চাপ অতিক্ৰম কৰা!
চাপমুক্ত পৰীক্ষাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিবলৈ কলাৰ শক্তি ব্যৱহাৰ কৰিছা, বহুতো যুৱক-যুৱতী একত্ৰিত হোৱা দেখি সুখী হৈছোঁ।"
***
MJPS/ST/KB
(Release ID: 2091166)
Visitor Counter : 10
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam