প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতে দৃঢ়তা আৰু উদ্ভাৱনেৰে বিশ্ব অৰ্থনৈতিক নেতা হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
31 DEC 2024 8:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে ভাৰতে দৃঢ়তা আৰু উদ্ভাৱনেৰে বিশ্ব অৰ্থনৈতিক নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলে এক্সত এটা পোষ্টত কয় যে, “ভাৰতে দৃঢ়তা আৰু উদ্ভাৱনেৰে বিশ্ব অৰ্থনৈতিক নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। ই প্ৰশাসন ব্যৱস্থাক পুনৰ সংজ্ঞায়িত কৰিছে, সামাজিক প্ৰগতিৰ উন্নতি সাধন কৰিছে আৰু ডিজিটেল ৰূপান্তৰৰ নেতৃত্ব দিছে। এই প্ৰচেষ্টাসমূহে সকলোৰে বাবে সমৃদ্ধি আৰু সুযোগৰ ভৱিষ্যত গঢ় দিছে।”
***
MJPS/SR/MS
(रिलीज़ आईडी: 2089496)
आगंतुक पटल : 43
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam