প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০০১ চনৰ সংসদ আক্ৰমণৰ ঘটনাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
13 DEC 2024 10:21AM by PIB Guwahati
২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা লোকসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ত্যাগে আমাৰ দেশক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰি ৰাখিব। তেওঁলোকৰ সাহস আৰু নিষ্ঠাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ থাকিম।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2084065)
आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Tamil
,
Kannada
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu