পোষ্ট কৰা হৈছে:
26 NOV 2024 5:21PM by PIB Guwahati
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেণ আৰু নিৰ্বাচিত বিধায়ক শ্ৰীমতী কল্পনা ছোৰেণে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত পোষ্ট কৰে:
“ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী @HemantSorenJMM আৰু নিৰ্বাচিত বিধায়ক শ্ৰীমতী @JMMKalpanaSoren জীয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
**********
MJPS/SR