প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ' যাত্ৰাৰ স্মৰণীয় মুহূৰ্তসমূহ শ্বেয়াৰ কৰে

পোষ্ট কৰা হৈছে: 06 OCT 2024 2:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাই মেট্ৰ’ যাত্ৰাৰ স্মৰণীয় মুহূৰ্তসমূহ শ্বেয়াৰ কৰে।

এক্সত এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“মুম্বাই মেট্ৰ’ৰ স্মৰণীয় মুহূৰ্তসমূহ। কালিৰ মেট্ৰ’ যাত্ৰাৰ উল্লেখযোগ্য মুহূৰ্তসমূহ ইয়াত দিয়া হৈছে।”

 

***

MJPS/SR/SB


(ৰিলিজ আই ডি : 2068046) অতিথি কক্ষ : 62