প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এনডিএৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অধ্যক্ষতা কৰে

Posted On: 17 OCT 2024 9:59PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনডিএৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ ৰাষ্ট্ৰীয় প্ৰগতি আগুৱাই নিয়াৰ লগতে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক সবলীকৰণৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“এনডিএৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত অধ্যক্ষতা কৰিলোঁ। সুশাসনৰ দিশ আৰু মানুহৰ জীৱন উন্নত কৰাৰ উপায়ৰ ওপৰত আমি বিস্তৃত আলোচনা কৰিলোঁ৷ আমাৰ মিত্ৰতা ৰাষ্ট্ৰীয় প্ৰগতি আগুৱাই নিয়া আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলক সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

**********

 

MJPS/TS



(Release ID: 2066249) Visitor Counter : 5