প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিজিটেল ইণ্ডিয়াই জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পেন্সন লাভৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 09 OCT 2024 6:17PM by PIB Guwahati

ডিজিটেল ইণ্ডিয়াই পেন্সন লাভৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে আৰু সমগ্ৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ই অতি উপযোগী বুলি প্ৰমাণিত হৈছে বুলি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

সাংবাদিক অজয় ​​কুমাৰৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখেঃ

”প্ৰথমে @AjayKumarJourno ji, আপোনাৰ মাতৃলৈ মোৰ শ্ৰদ্ধা নিবেদিছো!

মই সন্তুষ্ট যে ডিজিটেল ইণ্ডিয়াই তেওঁলোকৰ পেন্সনৰ পথ সহজ কৰি তুলিছে আৰু সমগ্ৰ দেশৰ বৃদ্ধ নাগৰিকসকলৰ বাবে ই অতি উপযোগী হৈ পৰিছে। এইটো এই পজক্ষেপৰ এক ডাঙৰ বিশেষত্ব।”

 ***

MJPS/SR


(रिलीज़ आईडी: 2064300) आगंतुक पटल : 59
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Tamil , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Telugu , Kannada , Malayalam