প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 OCT 2024 8:37AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাৰ ওচৰত প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"মা দুৰ্গাৰ পঞ্চম ৰূপ দেৱী স্কন্দমাতাৰ চৰণত শতকোটি প্ৰণাম! সুখদায়িনী আৰু মোক্ষদায়িনী মাতাৰ আশীৰ্বাদত সকলো উপকৃত হওক। এই উপলক্ষত তেওঁলৈ এক শ্ৰদ্ধাঞ্জলি জনাইছোঁ..."

 

***

MJPS/SR/KB


(ৰিলিজ আই ডি : 2062764) অতিথি কক্ষ : 73