প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াঁহুক প্ৰধানমন্ত্ৰী মোদীৰ সম্ভাষণ

Posted On: 02 OCT 2024 5:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াঁহুলৈ শুভেচ্ছা জ্ঞাপন কৰে। ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্ব ইহুদী সম্প্ৰদায়কো তেওঁলোকৰ নতুন বছৰত শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীয়ে।

“মোৰ বন্ধু প্ৰধানমন্ত্ৰী @netanyahu, ইজৰাইলৰ জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সমুদায়লৈ ৰোছ হাছানাহৰ শুভেচ্ছা যাচিছোঁ। নতুন বছৰে সকলোৰে জীৱনত শান্তি, আশা আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। ছানা টোভা!”

 

***

 

MJPS/SR/SKS



(Release ID: 2062755) Visitor Counter : 12