প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোহাৰাদেৱীৰ ‘বনজাৰা বিৰাসত সংগ্ৰহালয়’ বনজাৰা সংস্কৃতি উদযাপনৰ এক প্ৰশংসনীয় প্ৰয়াস: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
05 OCT 2024 4:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোহাৰাদেৱীৰ ‘বনজাৰা বিৰাসত সংগ্ৰহালয়’ উদ্বোধন কৰে। তেওঁ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি উৎসাহী সকলোকে সংগ্ৰহালয়টো পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে:
"পোহাৰাদেৱীৰ ‘বনজাৰা বিৰাসাত সংগ্ৰহালয়’ বানজাৰা সংস্কৃতি উদযাপনৰ এক প্ৰশংসনীয় প্ৰয়াস। ইয়াক উদ্বোধন কৰি সুখী হৈছোঁ। ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি উৎসাহী সকলোকে মই সংগ্ৰহালয়টো পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2062751)
आगंतुक पटल : 61
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam