প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পালি আৰু মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কৃতজ্ঞতা প্ৰকাশ ভিক্কু সংঘৰ সদস্যসকলৰ
পোষ্ট কৰা হৈছে:
05 OCT 2024 9:22PM by PIB Guwahati
মুম্বাইৰ ভিক্কু সংঘৰ সদস্যসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পালি আৰু মাৰাঠী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ
‘মুম্বাইৰ ভিক্ষু সংঘৰ সদস্যসকলে মোক সাক্ষাৎ কৰি পালি আৰু মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে। তেওঁলোকে বৌদ্ধ ধৰ্মৰ সৈতে পালিৰ শক্তিশালী সংযোগৰ কথা মনত পেলাই আগন্তুক সময়ত আৰু অধিক যুৱক-যুৱতীয়ে পালিৰ বিষয়ে জানিব পাৰিব বুলি আশা প্ৰকাশ কৰে।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2062736)
অতিথি কক্ষ : 60
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam