প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

নৱৰাত্ৰীৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ পূজা অৰ্চনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 04 OCT 2024 9:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰীৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ পূজা অৰ্চনা কৰাৰ লগতে দেশবাসীলৈ তেওঁৰ বিশেষ শুভেচ্ছা জ্ঞাপন কৰে৷

শ্ৰী মোদীয়ে দেৱী মাতাৰ পূজা কৰি মাতাই তেওঁৰ ভক্তসকলক প্ৰতিটো প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ শক্তি দিয়াৰ আহ্বান জনায়৷

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“নৱৰাত্ৰীৰ দ্বিতীয় দিনা সমগ্ৰ দেশবাসীৰ হৈ মা ব্ৰহ্মচাৰিণীৰ প্ৰতি বিশেষ প্ৰণিপাত জনাইছো৷ মাতাৰ প্ৰতি আহ্বান এই যে তেওঁ যাতে তেওঁৰ ভক্তসকলক প্ৰতিটো প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ শক্তি প্ৰদান কৰে৷”

***

MJPS/RT/DB


 



(Release ID: 2061898) Visitor Counter : 16